ৰাজ্যজুৰি ভৰ বাৰিষাৰ বানৰ প্ৰলয়। মাজুলীত ঘৰৰ ভিতৰত চলিচে নাও। লখিমপুৰ, কলগাছিয়া, নগৰবেৰাকে ধৰি ভিন্ন প্ৰান্তত ঘৰ-দুৱাৰ সকলো পানীৰ তলত। এসাজ খাই , এসাজ লঘোনে আছে বানাক্ৰান্তই। প্ৰশাসনৰ পৰা কোনো সাহায্য নোপোৱাত ৰাইজৰ হাহাকাৰ। #NewsLive #AssamNews
Like the official facebook page of News Live:
Follow News Live on twitter:
Connect to our instagram account:
Visit our website for all news updates:
0 Comments