ৰাজনৈতিক স্বাৰ্থত কংগ্ৰেছে বদৰুদ্দিন আজমলক কেনেকৈ ব্যৱহাৰ কৰে তাৰ ভেদ নিজেই ভাঙিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। এইবাৰ লোকসভা নিৰ্বাচনত তৰুণ গগৈৰ মুখৰ পৰা এবাৰো নোলাল হু ইজ বদৰুদ্দিন ডায়লগ। ২০০৬ চনত হু ইজ বদৰুদ্দিন কৈ হেনো কংগ্ৰেছৰ লাভ হোৱা নাছিল, লোকচানহে হৈছিল। ২০০৬ৰ নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতাও লাভ কৰা নাছিল। তাৰ বাবে এইবাৰ নিশ্চুপ হৈ আজমলৰে গোপন মিত্ৰতা কৰি নিৰ্বাচনত ভাল ফল দেখুওৱাৰ আশা তৰুণ গগৈৰ। Like the official facebook page of News Live:
Follow News Live on twitter:
Connect to our instagram account:
Visit our website for all news updates:
0 Comments